Home ৰাজ্যযোৰহাট ন-আলিত পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটাৰ আৰোহী

যোৰহাট ন-আলিত পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটাৰ আৰোহী

by News Desk
84 views
A+A-
Reset

newsnextone.com। যোৰহাটঃ যোৰহাট জিলাৰ ন-আলিত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহতহয়। জানিব পৰা মতে, সমগ্ৰ ঘটনাটোত এখন ছাত্ৰ-ছাত্ৰী কঢ়িওৱা মাৰুটি ভানে লোকজনক খুন্দা মৰাৰ পলত মৃত্যু হয় লোকজনৰ।

যোৰহাট ডনবস্ক বিদ্যালয়ত ছাত্র-ছাত্ৰী নমাই থৈ নগৰ অভিমুখে তীব্র গতিত আহি থকা মাৰুটি ভানখনে বিপৰীত দিশৰ পৰা গৈ থকা এজন স্কুটাৰ আৰোহীজনক খুন্দা মাৰে। ফলত ঘটনাস্থলীতে স্কুটাৰ চালকজনৰ মৃত্যু ঘটে। নিহতলোকজন জেইল ৰ’ড কমলাবৰীয়াৰ ভাৰত বৰুৱা বুলি চিনাক্ত কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0