নিদির্ষ্ট সময়ত চিকিৎসকৰ অনুপস্থিতিৰ বাবে টিৰাপ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

Home ৰাজ্যনিদির্ষ্ট সময়ত চিকিৎসকৰ অনুপস্থিতিৰ বাবে টিৰাপ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

নিদির্ষ্ট সময়ত চিকিৎসকৰ অনুপস্থিতিৰ বাবে টিৰাপ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

by News Desk
102 views
A+A-
Reset

newsnextone.com। লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিৰাপ ৰাজ্যিক চিকিৎসালয়ত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। সময় মতে ডাক্তৰ উপস্থিত নথকাক লৈ লেখাপানী অঞ্চলৰ শতাধিক পুৰুষ মহিলাই আজি হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে  চিকিৎসালয়ৰ চৌহদ।

বহু সময় ধৰি প্ৰতিবাদমুখী ৰাইজে ঘেৰাও কৰি ৰাখে চিকিৎসালয় খনৰ চিকিৎসা কৰ্মী সকলক। উল্লেখযোগ্য যে, আজি বহু দিন ধৰি চিকিৎসালয় খনৰ চিকিৎসা কৰ্মী সকলে কৰ্তব্যত হেমাহী কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0