86
newsnextone.com। ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অধীনত পাঁচজনীয়া বিচাৰ পীঠে অৱশেষত আধাৰ কাৰ্ডৰ ওপৰত ন্যায়ালয়ে ৰায় প্ৰদান কৰে৷
২০১৬ চনৰ আইনৰ সাংবিধানিক বৈধতা প্ৰদানৰ ক্ষেত্ৰত আবেদনকাৰীয়ে যি প্ৰত্যাহ্বান জনাইছিল তাৰ ওপৰত উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷