Home ৰাজ্যবটদ্ৰৱাত গুণোৎসৱ কৰ্মশালাৰ প্ৰস্তুতি শতাধিক শিক্ষকৰ অংশগ্ৰহন

বটদ্ৰৱাত গুণোৎসৱ কৰ্মশালাৰ প্ৰস্তুতি শতাধিক শিক্ষকৰ অংশগ্ৰহন

by News Desk
108 views
A+A-
Reset

newsnextone.com।নগাঁও: নগাঁও জিলাত শিক্ষা বিভাগৰ উদ্যোগত হবলগীয়া গুণোৎসৱৰ সন্দৰ্ভত পূৰ্ণগতিত চলিলে প্ৰস্তুতি পৰ্ব ৷ অন্যান্য শিক্ষাখণ্ডৰ লগতে বটদ্ৰৱা শিক্ষা খণ্ডৰ বিভিন্ন এলেকাত চলিছে গুণোৎসৱৰ প্ৰস্তুতি সভা, কৰ্মশালা আদি ৷

বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা সমল শিক্ষা কেন্দ্ৰ অধীনৰ বিভিন্ন বিদ্যালয়ত চলিছে এনে সভা ৷ আজি বটদ্ৰৱা সমল শিক্ষা কেন্দ্ৰৰ চি আৰ চি চি ৰাম প্ৰসাদ নাথৰ তত্বাবধানত আজি বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনীয়াদী বিদ্যালয় আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালযত অনুষ্ঠিত হয় গুণোৎসৱ সম্পকীয় প্ৰস্তুতি কৰ্মশালা ৷ এলেকাটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় শতাধিক শিক্ষকে কৰ্মশালাত গুণোৎসৱ সন্দৰ্ভত বিভিন্ন খুটি-নাতি সম্পৰ্কে সমল ব্যক্তিৰ পৰা অবগত হোবা বুলি জানিবলৈ দিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0