Home ক্ৰীড়াহৰমন প্ৰীতৰ নেতৃত্বত ভাৰতীয় মহিলা টি-২০ বিশ্বকাপৰ দল

হৰমন প্ৰীতৰ নেতৃত্বত ভাৰতীয় মহিলা টি-২০ বিশ্বকাপৰ দল

by News Desk
A+A-
Reset
2018_ICC_Women's_World_Twenty20_Logo

newsnextone.com| সমাগত আই চি চিৰ মহিলা টি-২০ বিশ্বকাপ। ৱেষ্ট ইণ্ডিজৰ মাটিত অহা ৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগীয়া টুৰ্নামেন্ট খনৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল। ১৫ জনীয়া ভাৰতীয় দলটিৰ নেতৃত্ব বহন কৰিব অলৰাউণ্ডাৰ হৰমন প্ৰীতে কৌৰে। সহঃ অধিনায়কৰ দায়িত্বত আছে বেটছমেন স্মৃতি মানধানা। 

টুৰ্নামেন্ট খনৰ বি গ্ৰুপত অৰ্ন্তভুক্ত হৈছে ভাৰতীয় দল। গ্ৰুপ পৰ্যায়ৰ খেলত ভাৰত মুখামুখি হ’ব অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু আয়াৰলেণ্ডৰ সৈতে। চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ১১ নৱেম্বৰত খেলপথাৰত নামিব ভাৰত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0