123
newsnextone.com। নগাঁওঃ পুনৰ নগাঁৱত জব্দ কৰা হৈছে অবৈধ মৰনাস্ত্র। নগাঁৱত সুলভ অবৈধ মৰনাস্ত্ৰ । ধাৰাবাহিক ভাবে আৰক্ষীয়ে অভিযান চলাই ধিঙৰ পৰা এটা ৭.৬৫ পিস্তল, ২জাই গুলি, এটা মেগজিন সহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম হৈছে ইনামূল হক। এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে সৰ্বসাধাৰন ৰাইজক। ১৮ চেপ্তেম্বৰ নিশা গুলিচালনাৰ এক ঘটনাৰ সৈতে ইনামূল জড়িত থকা বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিছে ।