Home ৰাজ্যখাৰুপেটীয়াত “স্বচ্ছতাই হী সেৱা “পষেক উপলক্ষে বৃহৎ সজাগতা সমদল

খাৰুপেটীয়াত “স্বচ্ছতাই হী সেৱা “পষেক উপলক্ষে বৃহৎ সজাগতা সমদল

by News Desk
95 views
A+A-
Reset

newsnextone.com| খাৰুপেটীয়াঃ আজি দৰঙৰ খাৰুপেটীয়াত দিনৰ ১০ বজাত স্বচ্ছতাই হী সেৱা পষেক উপলক্ষে খাৰুপেটীয়া নগৰ সমিতিৰ সৌজন্যত এক সজাগতামূলক বিশাল শোভাযাত্ৰা উলিওৱা হয়। খাৰুপেটীয়া নগৰ সমিতিৰ সভানেত্ৰী কৃষ্ণা সাহাই আঁত ধৰা সজাগতা শোভাযাত্ৰাটিত নগৰ এলেকাৰ বিভিন্ন স্কুল সমূহৰ ছাত্র-ছাত্ৰী, বহু কেইটা আত্ম সহায়ক গোটৰ সদস্য আৰু স্থানীয় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। 

সন্মুখত স্বচ্ছতাই হী সেৱা বেনাৰ লগাই নগৰ সমিতিৰ কার্যলয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে সমদল উলিয়াই নগৰবাসীৰ লগতে পথচাৰী লোকক নিজৰ নিজৰ ঠাইসমূহ সুন্দৰ তথা পৰিস্কাৰ পৰিছন্নতাকৈ ৰাখিবলৈ সমদলকাৰীয়ে হাতে হাতে প্লেকাৰ্ডত লিখা শ্ল’গানেৰে আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0