Home ভাইৰেলপুনেত চাইনবৰ্ড বাগৰি পৰি ৩ জনৰ মৃত্যু

পুনেত চাইনবৰ্ড বাগৰি পৰি ৩ জনৰ মৃত্যু

by News Desk
A+A-
Reset
pune

newsnextoneপুনে ৫ অক্টোবৰঃ আজি মহাৰাষ্ট্ৰৰ পুনেৰ শিৱাজী নগৰ ৰেলৱে ষ্টেচনৰ ওচৰত বিজ্ঞপন কোম্পানীৰ বৃহৎ চাইনবৰ্ড বাগৰি পৰাৰ ফলত কমেও ৩জন লোকৰ মৃত্যু হয় আৰু ৯জন লোক আহত হয়৷ চাইনব’ৰ্ডখন চলন্ত যান-বাহনৰ ওপৰতেই বাগৰি জৰাৰ ফলত কমেও ৯-১০ খন যান-বাহনৰ ক্ষতি হয় বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে৷
এই দূৰ্ঘটনাতো ঘটাৰ লগে লগে ৰেল আৰক্ষী আৰু অগ্নি-নিৰ্বাপক বাহিনীৰ জোৱানে দূৰ্ঘটনাগ্ৰস্থ লোকসকলক চিকিৎসালয়লৈ প্ৰেৰন কৰে৷ প্ৰশাসনে উক্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷

blank

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0