73
newsnextoneমুম্বাই ৯অক্টোবৰঃ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিসাহ্যৰ অভিযোগ কৰি উত্থাপন প্ৰাক্তন মিছ ইণ্ডিয়া তথা অভিনেত্ৰী তনুশ্ৰী দত্তই এইবাৰ মহাৰাষ্ট্ৰ মহিলা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।
নানা পাটেকাৰ, প্রযোজক স্বামী চিদ্দিকী,পৰিচালক ৰাকেশ চাৰং, গণেশ আচার্য, আদিকে ধৰি মহাৰাষ্ট্ৰ নবনিৰ্মাণ সেনাৰ বহুতো নেতা কৰ্মীৰ বিৰুদ্ধে তদন্তৰ দেৱী কৰিছ অভিনেত্ৰী গৰাকীয়ে।