Home ভাইৰেলবাক্সাত ৰকেট লান্সাৰ উদ্ধাৰ

বাক্সাত ৰকেট লান্সাৰ উদ্ধাৰ

by News Desk
85 views
A+A-
Reset

newsnextone ১১অক্টোবৰ,বাক্সাঃ বাক্সাৰ নাগ্ৰীজুলিৰ বিমলানগৰত চাঞ্চল্য ৷ বিমলানগৰৰ সমীপৰ বাল্টি নদীত উদ্ধাৰ এটা ৰকেট লাঞ্চাৰ৷ নদীত মাছ মাৰি থকা অৱস্থাত কেইজনমান চেমনীয়াৰ জালত উঠি আহিল ৰকেট লাঞ্চাৰটো ৷ ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ ৰকেট লাঞ্চাৰটো জব্দকৰে ৷ বাল্টি নদীত উদ্ধাৰ হোৱা এই ৰকেট লান্সাৰতো ২০০৩ চনৰ অলক্লিয়েৰ অপাৰেচনৰ সময়ৰ সেনা নাইবা আলফাৰ বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0