Home অন্যান্য খবৰবিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিৰ ‘আলিবাট’ৰ উন্মোচনী অনুষ্ঠান

বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিৰ ‘আলিবাট’ৰ উন্মোচনী অনুষ্ঠান

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেক্সঃ অহা ১৬ অক্টোবৰ ২০১৮ তাৰিখে দিনৰ ১১ বজাত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিৰ নিৰ্বাচিত গল্প সংকলন “আলিবাটত” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হব ৷
স্বনামধন্য বুদ্ধিজীৱি ড° হীৰেন গোহাঁয়ে শিবানন্দ কাকতিৰ নিৰ্বাচিত গল্প সংকলনটি উন্মোচন কৰিব । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হৰেকৃষ্ণ ডেকা আৰু প্ৰভাত বৰা । গল্পকাৰ শিৱানন্দ কাকতিয়ে অনুষ্ঠানটিলৈ সাহিত্যনুৰাগী সকলক সাদৰেৰে আমন্ত্ৰন  উদ্যোক্তাসকলে জনাইছে  ৷

প্ৰেৰক গুনমনি কলিতা 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0