Home দেশপূজা কৰিবলৈ গৈ পানীত পৰিল মুখ্য সচিব

পূজা কৰিবলৈ গৈ পানীত পৰিল মুখ্য সচিব

by News Desk
A+A-
Reset
jpg

ডিজিটেল ডেস্কঃ আৰব সাগৰৰ মাজত থকা চত্ৰপতি শিৱাজী মহাৰাজ স্মাৰকত আয়োজন কৰা এক পূজাত অংশ গ্ৰহণৰ বাবে স্পীড ব’টত যোৱা মহাৰাষ্ট্ৰৰ মুখ্য সচিবকে ধৰি ৪০ জন লোক এক দুৰ্ঘটনাৰপৰা কোনোমতে ৰক্ষা পৰে। মুম্বাইৰ সাগৰভাগত থকা চত্ৰপতি শিৱাজী মহাৰাজ স্মাৰকলৈ সংবাদ কৰ্মীকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল পূজাস্থলীলৈ গৈ আছিল। বিয়লি সংঘটিত এই ঘটনাৰ বিবৰণীত প্ৰকাশ যে তেওঁলোক যোৱা নাওখন পানীত ডুবি যোৱাত যাত্ৰীসকল পানীত পৰি যায়। অৱশ্যে দুৰ্ঘটনাৰ লগে লগে ক’ষ্ট গাৰ্ড, মেৰাইন পুলিচ আৰু আন আন উদ্ধাৰকাৰী সংস্থাই যুদ্ধকালীন তৎপৰতাৰে সকলোকে উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ পাছতে নিৰ্ধাৰিত পূজাখন বাতিল কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0