Home ক্ৰীড়াঅমৃতসৰত উজ্বলিল অসমৰ কাৰাটেকা বিশ্বজিৎ

অমৃতসৰত উজ্বলিল অসমৰ কাৰাটেকা বিশ্বজিৎ

by News Desk
A+A-
Reset
eab0b435-b707-4ff1-a3c7-91d4357ad276

মৰিগাঁওঃ ৰাষ্ট্ৰীয় চটকান কাৰাটে প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি মৰিগাঁৱৰ বিশ্বজিৎ কলিতাই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ‘আন্তঃৰাষ্ট্ৰীয় চটকান কাৰাটে ডু ফেডাৰেচন ইণ্ডিয়া’ৰ উদ্যোগত পঞ্জাবৰ অমৃতসৰত ১ নবেম্বৰৰপৰা ৪ নবেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

উক্ত প্ৰতিযোগিতাত অংশ লোৱা অসমৰ দলটোৰ অন্যতম খেলুৱৈ বিশ্বজিৎ কলিতাই কুমিটেৰ ৮৪ কিল’গ্ৰাম শাখাত প্ৰথম স্থান অধিকাৰ কৰে। আনহাতে মৰিগাঁৱৰ বিভিন্ন দল-সংগঠনে এই সাফল্যৰ বাবে বিশ্বজিতক অভিনন্দন জনায়। উল্লেখযোগ্য যে সামাজিক কামত অাগৰণুৱা এই উদীয়মান খেলুৱৈজনে কলিতা সেনাৰ মৰিগাঁও জিলাৰ সহ: আহ্বায়ক হিচাপেও কাৰ্যনিবাহ কৰি আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0