58
নগাঁও,৭ নৱেম্বৰঃ গ্ৰন্থৰ সুৱাস বিলাই আজি সফল সামৰণি পৰিল নগাঁৱৰ কলংপাৰৰ নেহৰুবালি বাকৰিত অনুষ্ঠিত হৈ থকা উত্তৰ পূৱ শিশু গ্ৰন্থমেলাৰ। উত্তৰ পূৱ শিশু গ্ৰন্থ মেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত উত্তৰ পূৱ শিশু গ্ৰন্থ মেলাৰ আজি অন্তিম দিনাৰ সামৰণি অনুষ্ঠানৰ সভাতেই প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিক মাধৱ কন্দলি বঁটা আৰু আৰক্ষী বিষয়া দেৱেন বৰাক বনবন্ধু বঁটা প্ৰদান কৰা হয়।
