82
তিৰুৱনন্তপুৰমঃ শিকাৰ বাবে বয়স বাধা হ’ব নোৱাৰে। সেয়া পুনৰ প্ৰমাণ কৰিলে কেৰালাৰ ৯৬ বছৰীয়া এগৰাকী আইতাই। এই আইতাগৰাকায়ে লেপটপত নিজৰ নাম লিখিবলৈ শিকিলে। অকল সেয়ে নহয়, তেওঁ প্ৰপ্তবয়স্ক সাক্ষৰতাৰ পৰীক্ষাতো প্ৰথম হৈছে।
আইতাগৰাকীৰ গৃহত কেৰালাৰ শিক্ষা মন্ত্ৰী চি ৰবীন্দ্ৰনাথ। দীপাৱলীৰ উপহাৰ স্ৱৰূপে কাৰ্থয়নী আম্মা নামৰ আইতাগৰাকীক তেওঁ প্ৰদান কৰে এটা লেপটপ। আৰু এই লেপটপতে তেওঁৰ নিজৰ নাম লিখবলৈ শিকিলে। শিকাই দিলে স্বয়ং মন্ত্ৰীয়ে।