87
নতুন দিল্লীঃ প্ৰথম বিশ্বযুদ্ধত নিহত সৈনিকসকলক দেওবাৰে সমগ্ৰ বিশ্বই স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই বিশ্ব যুদ্ধত নিহত হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰে৷
উল্লেখ্য যে প্ৰথম মহাসমৰত ব্ৰিটেইনৰ হৈ যুদ্ধ কৰা সৈনিকসকলৰ আত্মবলিদানক প্ৰধানমন্ত্ৰী মোডীয়ে ‘শান্তিৰ বাবে’ নিজকে উৎসৰ্গা কৰা বুলি টুইটাৰত প্ৰকাশ কৰে৷