আপকুৰ বুধীন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰৱৰ্তন

Home অন্যান্য খবৰআপকুৰ বুধীন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰৱৰ্তন

আপকুৰ বুধীন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰৱৰ্তন

by News Desk
86 views
A+A-
Reset

চতিয়াঃ অসমৰ সংবাদজগতৰ এজন অতন্দ্ৰ প্ৰহৰী আছিল বুধীন্দ্ৰনাথ হাজৰিকা। ওৰেটো জীৱন সততা আৰু নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াইছিল এইগৰাকী মফচলীয় সংবাদকৰ্মীয়ে। কোনোদিনে আপোচ নকৰা এইগৰাকী সংবাদকৰ্মীয়ে ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত সংবাদ সেৱা আগবঢ়াইছিল।

বিশ্বনাথ চাৰিআলিৰ সংবাদ জগতৰ পিতামহস্বৰূপ এইগৰাকী সংবাদকৰ্মী বু্ধীন্দ্ৰনাথ হাজৰিকাৰ সোঁৱৰণত প্ৰথমবাৰলৈ প্ৰদান কৰা হ’ব সদৌ অসম ইলেকট্ৰনিক মিডিয়া সাংবাদিকতা বঁটা। বুধীন্দ্ৰনাথ হাজৰিকাৰ পৰিয়ালৰ সহযোগত আপকুৰ বিশ্বনাথ জিলা সমিতিয়ে প্ৰৱৰ্তন কৰা এই বঁটা দুলীয়াজানত ২৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰদান কৰা হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0