Home অন্যান্য খবৰদলগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত শিশু দিৱস উদযাপন

দলগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত শিশু দিৱস উদযাপন

by News Desk
71 views
A+A-
Reset

খাৰুপেটীয়াঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে দৰং জিলাৰ দলগাঁৱত উদযাপন কৰা হয় শিশু দিৱস। দলগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত দলগাঁও শিশু উদ্যানত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত বিভিন্ন বিদ্যালয়ৰপৰা অহা শিশুসকলে অংশগ্ৰহণ কৰে।

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি তৰ্পণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটোত শিশুসকলৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, গীত পৰিৱেশন, কবিতা আবৃত্তি আদি কাৰ্যসূচী অনুষ্ঠিত কৰি শিশুসকলক উৎসাহিত কৰিবলৈ নিচুকনি বঁটা আগবঢ়োৱা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0