Home অন্যান্য খবৰনগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

by News Desk
71 views
A+A-
Reset

নগাঁওঃ অসমৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান ১৫৪ বছৰ গৰকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি শনিবাৰে উদযাপন কৰা হয়৷ পুৱা ৯ বজাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীৰদ্বাৰা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰাৰ পাছতে স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে৷ 

পুৱা ১০ বজাত নগাঁও চহৰত এটি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা, শিক্ষাবিদ বিমল চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে৷ সভাতেই বিদ্যালয়খনৰ কৃতী ছাত্রসকলক ‘সহপাঠী বন্ধু সমাৰোহ-৫৯’ পূৰ্ণকান্ত ৰাজখোৱা বঁটা, ঘুনুছা ৰাজখোৱা বঁটা, কেপ্টেইন থানেশ্বৰ শৰ্মা পৰাশৰ বঁটা, দীপ্তি গোস্বামী বঁটা প্ৰদান কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0