Home বাণিজ্যআকাশ হুণ্ডাইত ‘ফ্ৰী কাৰ কেয়াৰ ক্লিনিক’ৰ উদ্বোধন

আকাশ হুণ্ডাইত ‘ফ্ৰী কাৰ কেয়াৰ ক্লিনিক’ৰ উদ্বোধন

by News Desk
A+A-
Reset
c43fef1f-4117-4cd2-922e-434fea8848ff

নগাঁওঃ ব্যতিক্ৰম কাৰ্যসূচীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ আকাশ হুণ্ডায়ে কোনো ভি ভি আই পিৰদ্বাৰা নহয়, প্ৰতিষ্ঠানটোৰ এগৰাকী জ্যেষ্ঠ গ্ৰাহকৰদ্বাৰা এটি বিশেষ কাৰ্যসূচীৰ দ্বাৰ মুকলি কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, নগাঁও চহৰৰ অগ্ৰনী গাড়ী বিক্ৰী প্ৰতিষ্ঠান ‘আকাশ হুণ্ডা’য়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ‘ফ্ৰী কাৰ কেয়াৰ ক্লিনিক’। কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শতাধিক শুভাকাংক্ষীৰ আৰু গ্ৰাহক ৰাইজৰ লগতে উক্ত শুভ উদ্বোধনী অনুষ্ঠানত ব্যতিক্ৰমভাৱে মুখ্য অতিথি হিচাপে আমন্ত্ৰন জনোৱা হয় প্ৰতিষ্ঠানটোৰ এগৰাকী জ্যেষ্ঠ গ্ৰাহক প্ৰণৱ শৰ্মাক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0