87
খেৰণিঃ 20 নং B N, CRPFৰ আহ্বানত পশ্চিম কাৰ্বি আংলঙৰ জিৰীকিন্দেঙ থানা অন্তৰ্গত আমৰেঙ গাঁৱত নাগৰিকত্ব আচৰণ কাৰ্যসূচী তথা (Civic action Programme) অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচীৰে সংগতি ৰাখি কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যেৰে শিক্ষাৰ সামগ্ৰী বিতৰণ কৰা হয়। লগতে 20 নং বি এন চি আৰ পি এফ য়ে (ডিফু) ৰাজহুৱা স্বাৰ্থ জড়িত আমৰেঙত নিৰ্মান কৰা জিৰণি চৰা মুকলি কৰা হয়।