61
জাজৰিঃ নগাঁও জিলাৰ বটদ্ৰৱা শলগুৰি সত্ৰ নিবাসী খৰ্গেশ্বৰী খাটনিয়াৰ (৯৮)ৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত বিয়োগ হয়।
মৃদুভাষী, সৰবৰহী, ধৰ্মপ্ৰাণা মহিলাগৰাকীয়ে বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক আইসকলৰ নামত নিয়মীয়াকে অংশ গ্ৰহণ কৰিছিল। আইমাতৄগৰাকীৰ মৃত্যুত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইসকলে শোক প্ৰকাশ কৰিছে।