74
গুৱাহাটীঃ অসমীয়াৰ অতি মৰমৰ, অতিকে’ আপোন জাপি আৰু গামোচাৰে মহাৰাষ্ট্ৰ চৰকাৰে আদৰণি জনালে বিশ্বৰ ৬১ খন দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চাযুক্তক। শনিবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত আয়োজিত ‘World Green Convernge 2018’ৰ বিশেষ কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত এখন বাঁহৰ উদ্যানো মুকৰি কৰা হয়।
