Home ৰাজ্যদক্ষিণ শালমাৰাত ১৪ বছৰীয়া কিশোৰীক নিৰ্যাতন

দক্ষিণ শালমাৰাত ১৪ বছৰীয়া কিশোৰীক নিৰ্যাতন

by News Desk
68 views
A+A-
Reset

দক্ষিণ শালমাৰাঃ ১৪ বছৰীয়া কিশোৰীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ অভিযোগ উত্থাপিত হৈছে এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উত্তৰ পিপুলবাৰী গাঁৱৰ পূৰ্ণীজান খাতুন নামৰ কিশোৰীগৰাকী তিনি বছৰ ধৰি ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বোচাইমাৰী গাঁৱৰ আলেকচান্দ নামৰ শিক্ষক এজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে ৰাখে।

কিশোৰীগৰাকীয়ে শিক্ষকজনৰ ঘৰত থকাৰ পিছৰে পৰা তেওঁক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰে। কালি কিশোৰী গৰাকীক উক্ত শিক্ষক জনে কিশোৰী গৰাকীৰ ঘৰত থৈ যোৱাৰ পাছত আজি কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সম্পৰ্কত আৰক্ষীক এজাহাৰ দাখিল কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0