Home ৰাজনীতিপঞ্চায়তৰ নিৰ্বাচনৰ ভোটগ্ৰহনত মৰিয়নীত অচলাৱস্থা ….

পঞ্চায়তৰ নিৰ্বাচনৰ ভোটগ্ৰহনত মৰিয়নীত অচলাৱস্থা ….

by News Desk
123 views
A+A-
Reset

মৰিয়নীঃ আজি বহুপ্ৰত্যাশিত পঞ্চায়তৰ নিৰ্বাচন৷ এই পঞ্চায়তৰ নিৰ্বাচনত ভোট দিবলৈ গৈ মৰিয়নীৰ ৫৮৯ নং খৰিকটীয়া তিষাণ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ সৰ্বমুঠ ৬৮৩ জল ভোটাৰৰ ২০০ জন ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাত উত্তেজিত হৈ প্ৰতিবাদমুখৰ হৈ পৰে কেন্দ্ৰতোৰ ভোটাৰ ৰাইজ৷অৱশেষত ক্ষুদ্ধ ভোটাৰ সকলে উক্ত কেন্দ্ৰতোত ভোট বৰ্জনৰ সিদ্ধান্ত লয় আৰু ভোটবৰ্জন কৰে৷
আনহাতে প্ৰিজাইডিং অফিছাৰৰ ভুলৰ বাবে মৰিয়নীৰ চিনাতলী ক্লাৱ ভোটগ্ৰহন কেন্দ্ৰত অচলাবস্থাৰ সৃষ্টি হয় আৰু প্ৰায় এঘণ্টা পলমকৈ আৰম্ভ কৰিব লগীয়া হয় ভোটগ্ৰহন৷ 

মৰিয়নীৰপৰা সপোন ৰহমান শইকীয়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0