59
আছিকুৰ ৰহমান, চৰাইদেউঃ দৰিদ্ৰতাকো নেওচি আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ কাৰাটেত ৰূপৰ পদক অৰ্জনেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে মৃন্ময় দেউঘৰীয়াই।
‘বোকাতহে পদুম ফুলে’ এই আপ্তবাক্যশাৰী আজি পুনৰবাৰ প্ৰতিপন্ন কৰিলে চৰাইদেউ জিলাৰ কাকতিবাৰীৰ এটি প্ৰতিভাৱান কিশোৰ মৃন্ময় দেউঘৰীয়াই।