Home অন্যান্য খবৰজামুগুৰিত আয়োজিত দ্বৈত বেডমিণ্টনত গুৱাহাটীৰ খিতাপ দখল

জামুগুৰিত আয়োজিত দ্বৈত বেডমিণ্টনত গুৱাহাটীৰ খিতাপ দখল

by News Desk
A+A-
Reset
8e7f400a-db16-4559-97dd-df186a725fe6

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ জামুগুৰি এম ই মাদ্ৰাছা খেলপথাৰত জামুগুৰি আঞ্চলিক যুৱক সংঘৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ষষ্ঠ বাষিক প্ৰাইজমাণি দিবা-নৈশ দ্বৈত বেটমিণ্টন প্ৰতিযোগিতা সামৰণি পৰিছে। এই প্ৰতিযোগিতাত গুৱাহাটীৰ অমিত শ্বাহ আৰু অদিত আনচু আইঘা যুটীয়ে চেম্পিয়ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ফাইনেলত তেওঁলোকে পৰাস্ত কৰে ৰহাৰ কে বি ভূঞা আৰু ৰিপুঞ্জয় বেজবৰুৱাৰ যুটীক।

মুঠ ৩২ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে গুৱাহাটীৰ অমিত শ্বাহুয়ে।প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত এখনি সভাত বঁটাসমূহ বিতৰণৰ কৰে সমাজ সেৱক নুৰুল ইছলাম,  সাংবাদিক মাজিদুল ইছলাম আৰু নাজিম উদ্দিনে। প্ৰতিযোগিতাৰ আনুষ্ঠানিক বাবে শুভাৰম্ভ কৰে যুৱ সমাজসেৱক নুৰুজ্জামান আৰু মুকছেদুৰ ৰহমানে।খেলসমূহ পৰিচালনা কৰে আৰিফ আহমেদ আৰু ওৱাহিদুজ জামানে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0