Home দেশবিমূদ্ৰাকৰণৰ পিছত এইবাৰ নতুন মুদ্ৰা!

বিমূদ্ৰাকৰণৰ পিছত এইবাৰ নতুন মুদ্ৰা!

by News Desk
83 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বিমূদ্ৰাকৰণৰ পিছত এইবাৰ নতুন মূদ্ৰা উলিওৱাৰ দিশে সাজু হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় জাতীয় আৰ্কাইভৰ ১২৫ তম বৰ্ষ উদযাপন আৰু এলাহবাদ হাইকোৰ্টৰ ১৫০ তম বৰ্ষপুতি উদযাপনৰ হেতুকেই নতুন ১০ টকা আৰু ৫ টকাৰ মুদ্ৰা উলিওৱাৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকে।

১০ টকাৰ মূদ্ৰাৰ এফালে জাতীয় আৰ্কাইভৰ বিল্ডিঙৰ ছবি খোদিত কৰা থাকিব আৰু ছবিখনৰ ঠিক তলতেই লিখা থাকিব ১২৫ বছৰ বুলি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0