55
মুম্বাইঃ ক’লাধন দেশলৈ ঘূৰই অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দিয়া প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত বিৰোধীয়ে প্ৰায়েই আক্ৰমণ কৰি আহিছে৷ এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালেৰ এক মন্তব্যই ৰাজনৈতিক মহলত হাঁহিৰ খোৰাক যোগাইছে৷
মন্ত্ৰীজনে সোমবাৰে মন্তব্য কৰে যে প্ৰতিজন দেশবাসীৰ একাউন্টলৈ ১৫ লাখকৈ টকা আহিব৷ অৱশ্যে এইয়া পৰ্যায়ক্ৰমে কৰা হ’ব৷