79
কাৰ্বি আংলং ব্যুৰ’: বোকাজানত মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতা শুকুৰবাৰৰেপৰা আৰম্ভ হয়।
বোকাজান স্পৰ্টছ ক্লাবৰ উদ্যোগত বোকাজান খণ্ড উন্নয়ণ কাৰ্যলয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আৰম্ভনিতে অতিথি চিনাকী পৰ্বৰ লগতে প্ৰয়াত মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়৷