অটল বিহাৰী বাজপেয়ীৰ স্মৰণত মুকলি কৰা হ’ব মুদ্ৰা

Home দেশঅটল বিহাৰী বাজপেয়ীৰ স্মৰণত মুকলি কৰা হ’ব মুদ্ৰা

অটল বিহাৰী বাজপেয়ীৰ স্মৰণত মুকলি কৰা হ’ব মুদ্ৰা

by News Desk
73 views
A+A-
Reset

নতুন দিল্লীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৰণত ২৪ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ মুদ্ৰা মুকলি কৰিব।

সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মহেশ শৰ্মাও এই উদ্ধোধনী সভাত উপস্থিত থাকিব।

উল্লেখ্য যে জননেতা বাজপেয়ীৰ দীঘলীয়া অসুস্থতাৰ পাছত ৯৩ বছৰ বয়সত যোৱা ১৬ আগষ্টত মৃত্যু হৈছিল।

News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0