Home ক্ৰীড়াবোকাজানৰ বেডমিন্টন প্ৰতিযোগিতাত চুড়ান্ত বিজয়ী ডিফুৰ অমৰিৎ ৰংপি আৰু সাৰবমন ফাংছ’

বোকাজানৰ বেডমিন্টন প্ৰতিযোগিতাত চুড়ান্ত বিজয়ী ডিফুৰ অমৰিৎ ৰংপি আৰু সাৰবমন ফাংছ’

by News Desk
A+A-
Reset
badbinton

কাৰ্বি আংলংঃ  কাৰ্বি আংলং জিলাৰ বোকাজানত ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতাৰ আজি অন্ত পৰে ৷ 

বোকাজান স্পৰ্টচ ক্লাৱৰ উদ্যোগত বোকাজান খণ্ড উন্নয়ণ কাৰ্যলয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বেডমিন্টন প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলখনত ডিফুৰ অমৰিৎ ৰংপি আৰু সাৰবমন ফাংছ’ দলে ডিফুৰে সাৰমণ টেৰণ আৰু জ’নাৰাম ৰংহাং দলক পৰাজিত কৰি প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনত অমৰিৎ ৰংপি দলটোৱে ২১-২০ , ২১-১৪, ১৩-২১, ২১-১৫ আৰু ২১-১১ পইন্টৰ ব্যৱধানত সাৰমণ টেৰণৰ দলটোক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0