55
নতুন দিল্লীঃ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৈতে এতিয়াও বহু মৌলবাদী সংগঠনে সম্পৰ্ক ৰক্ষা কৰি আহিছে৷
শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰ প্ৰদেশৰ কেইবাটাও মৌলবাদী সংগঠনে আইছিছৰ সৈতে সম্পৰ্ক ৰক্ষাৰ তথ্য ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ ‘নিয়া’ ই লাভ কৰিছে৷