109
তেজপুৰঃ পশু-পক্ষীয়ে নিজ নিজ কৰ্ম আৰু চলাচলে দৃষ্টি আকৰ্ষণ কৰে। তেনে এবিধ পক্ষী হৈছে মইনা।
মইনা চৰায়ে ভাষা শিকা আৰু পোহ লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। ডিপোটাৰ সজাত বন্দী এটা মইনা চৰাইয়ে কৰা বাৰ্তালাপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।