61
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত আছু নেতা আৰু বিজেপিৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ মাজত খণ্ডযুদ্ধ ৷ বিধায়কৰ কাৰ্যলয় ঘেৰাও কৰি আছুৰ তীব্ৰ প্ৰতিবাদ ৷ ভাষ্কৰ শৰ্মাৰ দম্ভালি মৰা মন্তব্যক লৈ মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷