55
লখিমপুৰঃ আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে জিলা সদৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ।
উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জনগোষ্ঠীয় সংগঠনে যোৱা ইংৰাজী ৮-১-২০১৯ তাৰিখে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা সহ সতীৰ্থ সকলক প্ৰৰোচনামূলক ভাৱে গোলাঘাট চহৰৰ পৰা গোলাঘাট আৰক্ষীয়ে আটক কৰে।