Home অন্যান্য খবৰকাকপথাৰত হিন্দু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ

কাকপথাৰত হিন্দু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
kakopathar

কাকপথাৰঃ  উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ  কৰাৰ লগতে আজি কাকপথাৰস্থিত সমূহ সাংবাদকৰ্মীসকলে তিনিচুকীয়া জিলাৰ কাকপথাৰ শ্বহীদ বেদীৰ তলত প্ৰতিকী প্ৰতিবাদ কৰে ৷ 

বিধেয়কখন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠাৰ সমান্তৰালভাবে কাকপথাৰৰ বিভিন্ন কাকত, বৈদ্যুতিন মাধ্যমৰ সাংবাদকৰ্মীসকলে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ যোগেদি জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সকলক অসম আৰু অসমীয়াৰ ভাষা, সংস্কৃতিক আঘাট কৰিব পৰা জাতিধ্বংসী বিধেয়কখন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক উক্ত বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি তেখেতৰ প্ৰতি থকা অসমৰ ৰাইজৰ আস্থা ঘুৰাই আনিবলৈ আহ্বান জনায় ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0