Home ৰাজ্যলুইতৰ খহনীয়াক লৈ শংকিত নাৰায়ণপুৰ, জামুগুৰিবাসী

লুইতৰ খহনীয়াক লৈ শংকিত নাৰায়ণপুৰ, জামুগুৰিবাসী

by News Desk
82 views
A+A-
Reset

নাৰায়ণপুৰঃ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত জামুগুৰি, বনপূৰৈ অঞ্চলত লুইতৰ প্ৰবল খহনীয়াই নৈপৰীয়া সকলক সংকটত পেলাইছে। একেধাৰে কেইবাদিনো হোৱা বৰষুণৰ ফলত বৰ লুইত উফন্দি উঠাৰ লগে লগে আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ।

অঞ্চলটোৰ নৈপৰীয়া লোকসকলৰ টোপনি হৰিছে খহনীয়াৰ তাণ্ডৱে। ফলত নিজৰ ভূ-সম্পত্তি ৰক্ষাৰ হেতু হাতত দা-কুঠাৰ, কৰত, তাঁৰ, জি আই তাঁৰ আদি লৈ উলাই আহিছে বাঁহৰ ভেটা দি, গছ কাটি পেলাই খহনীয়া ৰুধিবলৈ। বিভিন্ন সময়ত নিদ্ৰামগ্ন জল সম্পদ বিভাগ কিন্তু এইবাৰ শুই থকা নাই ৰাইজৰ লগতে সমানে হাত উজান দিছে খহনীয়া প্ৰতিৰোধৰ কামত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0