Home দেশপাকিস্তানৰ বজাৰত ছলমান খানে কি কৰি আছে…?

পাকিস্তানৰ বজাৰত ছলমান খানে কি কৰি আছে…?

by News Desk
138 views
A+A-
Reset

কৰাচীঃ বাটৰ কাষত ৰখাই থোৱা মটৰচাইকেলবোৰ এখনৰ পাছত এখনকৈ অৰ্থহীনভাৱে হেঁচা দি গৈছে ছলমান খানে। হয়, বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ কথাই কোৱা হৈছে। কৰাচীৰ এখন স্থানীয় বজাৰত দেখা গ’ল সাইলাখ ছলমান খানক।

ভিডিঅ’ শ্বেয়াৰিং এপ ‘টিক টক’ত প্ৰথম প্ৰচাৰ হোৱা এটা চুটি ভিডিঅ’ত দেখা গ’ল ছুপাৰষ্টাৰ ছলমানৰ দৰে সাইলাখ একে এজন লোকক। পাকিস্তানৰ বন্দৰ মহানগৰৰ এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টো শ্বুটিঙৰ সময়ত এজন লোকে কোৱা শুনা গ’ল, ‘বল্টন বজাৰত ছলমান খান’।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0