Home অন্যান্য খবৰৰাজস্থানৰ হিন্দু তীৰ্থযাত্ৰী মুছলমানৰ আশ্ৰয়ত

ৰাজস্থানৰ হিন্দু তীৰ্থযাত্ৰী মুছলমানৰ আশ্ৰয়ত

by News Desk
A+A-
Reset
Untitled-TrueColor-03

চামগুৰিঃ যুগ-যুগ ধৰি হিন্দু-মুছলমান সকলে ঐক্য-সম্প্ৰতিৰে বসবাস কৰি আহিছে নগাঁৱৰ পুৰণিগুদামত। হিন্দু-মুছলমানৰ জাউতিযুগীয়া সম্প্ৰতিৰ ধ্বজ্জাবাহক হিচাবে আজিও পুৰণিগুদামৰ ন’আলি মূৰৰ ৰাজপথৰ দাঁতিৰ বৰ মছজিদত শিৰ উচ্চ কৰি ঠিয় হৈ আছে এশৰো অধিক বছৰ গৰকা মিনাৰটো। 

মঙলবাৰে নিশাও হিন্দু-মুছলমান নিৰ্বিশেষে প্ৰবাহিত হৈ অহা ঐক্যতা-ভাতৃত্ববোধৰ অনুপম নিদৰ্শন দাঙি ধৰিলে পুৰণিগুদামৰ মুছলমান সমাজে। নিশা প্ৰৱল শীতৰ প্ৰকোপত পৰি দিকবিদিক হেৰুৱা এটি প্ৰায় এশজনীয়া হিন্দু তীৰ্থযাত্ৰীৰ দলক বৰ-মছজিদতে আশ্ৰয় প্ৰদান কৰিলে স্থানীয় মুছলমান ৰাইজে। বৰ-মছজিদৰ লগতে সংলগ্ন বাৰাণ্ডাতে নিশা নিৰাপদে কটাবলৈ সুবিধা কৰি দিয়াৰ বাবে পুৱা কেৱল মুছলমান লোকসকলকেই সমগ্ৰ পুৰণিগুদামৰ ৰাইজৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলে ৰাজস্থানৰপৰা অহা হিন্দু তীৰ্থযাত্ৰী দলটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0