HealthDNA ৰ বিভিন্ন সেৱাসমূহ দিছপুৰ চুপাৰ মাৰ্কেটস্থিত কাৰ্যালয়ত আৰম্ভ

Home অন্যান্য খবৰHealthDNA ৰ বিভিন্ন সেৱাসমূহ দিছপুৰ চুপাৰ মাৰ্কেটস্থিত কাৰ্যালয়ত আৰম্ভ

HealthDNA ৰ বিভিন্ন সেৱাসমূহ দিছপুৰ চুপাৰ মাৰ্কেটস্থিত কাৰ্যালয়ত আৰম্ভ

by News Desk
106 views
A+A-
Reset

গুৱাহাটীঃ HealthDNA ইয়াৰ বিভিন্ন সেৱাসমূহ ইয়াৰ দিছপুৰ চুপাৰ মাৰ্কেটস্থিত কাৰ্যালয়ত আাৰম্ভ কৰিছে ৷এতিয়াৰপৰা দেশৰ বিভিন্ন ঠাইত অৱস্থিত চিকিৎসালয় যেনে মণিপাল হস্পিতাল,দিল্লী,মেডান্টা হস্পিতাল ,দিল্লী,নানাৱতী হস্পিতালকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকৰ সেৱা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে
লাভ কৰিব পাৰিব ৷

কেৱল দেশৰে নহয় বিশ্বৰ অন্যান্য প্ৰান্তৰ চিকিৎসকৰ সেৱাও ইয়াত উপলব্ধ হ’ব ৷গুৰুত্বপূৰ্ণ বিষয়টো হ’ল HealthDNA এতিয়াৰপৰা সকলোধৰণৰ ঔষধৰ ক্ষেত্ৰত সৰ্বাধিক ১০% পৰ্যন্ত ৰেহাই আগবঢ়োৱাৰ লগতে
হোম ডেলীভাৰী সেৱাও আগবঢ়াইছে ৷ন্যুনতম ১০০টকাৰ পৰা ঔষধৰ এই হোম ডেলীভাৰী সেৱা লাভ কৰিব পাৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0