Home ক্ৰীড়াভোটেপোৱাবড়ীত নৈশ বেডমিন্টন প্ৰতিযোগিতা

ভোটেপোৱাবড়ীত নৈশ বেডমিন্টন প্ৰতিযোগিতা

by News Desk
A+A-
Reset
d5215add-1fd4-4751-a220-3a55054cb755

জালাহঃ ভোটেপোৱাবড়ী বেডমিন্টন ক্লাৱৰ উদ্যোগত শ্ৰীশ্ৰীনৰসিংহ কীৰ্ত্তন ঘৰ প্ৰাঙ্গণত অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত নৈশ বেডমিন্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। দ্বৈতভিত্তিত সম্পন্ন হ’বলগা খেলখনৰ প্ৰথম পুৰস্কাৰ ট্ৰফিসহ নগদ ৫০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা। 

২ ফেব্ৰুৱাৰীৰ সন্ধিয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক অশ্বিনী দাসে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক দলক বেডমিন্টন ক্লাৱৰ গুণজিৎ কলিতা, ভৃগু দাস অথবা ৮৮২২১৯১৫৪০, ৮৪০২৮৮৮২৩০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0