ডিজিটেল ডেস্কঃ ‘ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে’৷ কিন্তু অপ্ৰিয় হ’লেও সঁচা যে সৌন্দৰ্যৰ প্ৰতি মানুহৰ আকৰ্ষণ হৈছে এক চিৰন্তন সত্য৷ কিন্তু যদি কেতিয়াবা এই সৌন্দৰ্যৰ মোহৰ বাবেই প্ৰাণ হেৰুওৱাৰ কথা আপুনি ভাবিছেনে৷ হয়, সৌন্দৰ্যৰ প্ৰতি থকা এই আকৰ্ষণৰ বাবে মৃত্যুক সাবটি ল’বলগা হ’ল এগৰাকী মডেলে৷
প্লাষ্টিক চাৰ্জাৰীৰ ফলতে মৃত্যু হয় ইনষ্টাগ্ৰামৰ জনপ্ৰিয় মডেল ক্ৰিষ্টিনা মাৰ্তেলিবৰ৷ ইনাষ্টাগ্ৰামত নিজৰ শৰীৰৰ বাবে জনপ্ৰিয় লাভ কৰা মডেলগৰাকীয়ে ১৭ বছৰৰ পৰা প্লাষ্টিক চাৰ্জাৰী কৰিছিল৷