Home গুৱাহাটীজিএমডিএৰ ব্যৰ্থতা, পানী নাপায় গুৱাহাটীবাসীয়ে

জিএমডিএৰ ব্যৰ্থতা, পানী নাপায় গুৱাহাটীবাসীয়ে

by News Desk
66 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটীবাসীক পানী যোগানৰ ক্ষেত্ৰত শোচনীয় ব্যৰ্থতা প্ৰদৰ্শন কৰিলে গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষ(জি এম ডি এ)ই। জৱাহৰলাল নেহৰু নগৰ পুনৰ নবীকৰণ আঁচনি (জে এন এন ইউ আৰ এম)ৰ অধীনত মহানগৰবাসীক পানী যোগানৰ বাবে ২০১০ চনতে নিৰ্মাণ কাম আৰম্ভ কৰা প্ৰকল্পকেইটাৰ নিৰ্মাণ বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই।

ফলত মহানগৰবাসীয়ে এই বছৰো পানী লাভ কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে। ইয়াৰ বিপৰীতে জি এম ডি এ কৰ্তৃপক্ষই শীঘ্ৰে মহানগৰবাসীয়ে খোৱাপানী লাভ কৰিব বুলি বাৰম্বাৰ দাবী কৰি আহিছে। আনকি এইবাৰৰ এপ্ৰিলতে পশ্চিম গুৱাহাটীবাসীয়ে পানী লাভ কৰিব বুলি কিছুদিন পূৰ্বে এখন সংবাদ মেলত ঘোষণা কৰিছিল জি এম ডি এৰ অধ্যক্ষ ধীৰেণ বৰুৱাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0