Home অন্যান্য খবৰডবকাত গৰু ব্যৱসায়ীক মাৰ-ধৰ, লুটিলে ৬৫ হাজাৰ

ডবকাত গৰু ব্যৱসায়ীক মাৰ-ধৰ, লুটিলে ৬৫ হাজাৰ

by News Desk
63 views
A+A-
Reset

হোজাইঃ ডবকাৰ গৰু ব্যৱসায়ীক নুমুলীগড়ত দুৰ্বৃত্তই মাৰপিট কৰি লুটি লৈ যায় এক লাখ ৬৫ হাজাৰ টকা। ডবকাৰ চাংমাজিৰ গৰু ব্যৱসায়ী আতাবউদ্দিন লস্কৰে ৰবিবাৰে পুৱা নুমলিগড়ৰৰ বেয়াড়া বজাৰত গৰু ক্ৰয় কৰিবলৈ গৈছিল।

বজাৰৰ সমীপত যাওঁতেই প্ৰায় ৪ জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় যুৱকজনক। চাহ বাগিছাৰ ভিতৰত মাৰপিট কৰি লোকজনৰ পৰা সমস্ত ধন লৈ যায় দুৰ্বৃত্তৰ দলটোৱে। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এক গোচৰো ৰুজু কৰিছিল আৰক্ষী থানাত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0