66
মুম্বাইঃ লোকসভা নিৰ্বাচনলৈ তিনিমাহ বাকী থকাৰ সময়ত বি জে পিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ লোকসভা দখল কৰিব বুলি প্ৰচাৰ চলাইছে৷
শেহতীয়াকৈ অনুষ্ঠিত পাঁচখন বিধানসভা নিৰ্বাচনৰ মধ্যপ্ৰদেশ, চত্তীশগড় আৰু ৰাজস্থানত পৰাজয়ৰ মুখ দেখা বি জে পিয়ে ই বাস্তৱ যুক্তিৰে পুনৰ চৰকাৰ গঠন কৰিব তাক লৈ ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপন হৈছে৷