66
নতুন দিল্লীঃ বৃহস্পতিবাৰে পুলৱামাত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰেক্ষাপটত দেশে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাকে লৈ শনিবাৰে এক সৰ্ব দলীয় সভাত আলোচনা কৰা হয়৷
সংসদৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখন আহ্বান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ দেশৰ প্ৰায় সকলো ৰাজনৈতিক দলে এই সভাত অংশগ্ৰহণ কৰে৷