Home দেশপাকিস্তানক এসেকা দিবলৈ সাজু ভাৰতীয় যুৱক¸ কেনেকৈ দিব প্ৰত্যুত্তৰ?

পাকিস্তানক এসেকা দিবলৈ সাজু ভাৰতীয় যুৱক¸ কেনেকৈ দিব প্ৰত্যুত্তৰ?

by News Desk
A+A-
Reset
Dzwnn8BV4AEj9A8
জম্মু-কাশ্মীৰ: পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আত্মঘাতী আক্ৰমণত ৪৪জনকৈ চি আৰ পি এফৰ জোৱান শ্বহীদ হোৱাৰ পিছৰে পৰা প্ৰতিশোধ ল’বৰ বাবে সাজু হৈছে ভাৰতীয় যুৱক।
 
ভাৰতীয়ৰ বুকুত আঘাট হানিলে পাকিস্তানে । পাক সমৰ্থিত সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ বিৰুদ্ধে যিকোনো প্ৰকাৰে যুঁজ দিবলৈ সাজু হৈ পৰিছে প্ৰতিজন ভাৰতীয় দেশপ্ৰেমিক। লক্ষণীয় যে কাশ্মীৰি যুৱকসকলো পাকিস্তানৰ বিৰোদ্ধে  তীব্ৰ প্ৰতিবাদী হৈ উঠিছে।
 
ছহিদ জোৱানসকলৰ প্ৰতি টোপাল তেজৰ বিনিময়ত সীমান্তত থিয় হৈ পাক সেনা আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জীৱন দিবলৈও প্ৰস্তুত হৈ পৰিছে কাশ্মীৰি যুৱকসকল।
 
উল্লেখযোগ্য যে¸ শনিবাৰে ভাৰতীয় সেনাৰ ১১১ টা খালী পদৰ নিযুক্তি সাক্ষাৎকাৰত বাৰমুল্লাত উপস্থিত হৈছেহি হাজাৰ হাজাৰ কাশ্মীৰি যুৱক। জইছ-ই-মহম্মদৰ বিৰোদ্ধে এঘৰী যুঁজিবলৈ সাজু হৈ উঠিছে কাশ্মিৰী যুৱকসকল।
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0