56
তামিলনাডুঃ AIADMK ৰ তামিলনাডুৰ সাংসদ এচ. ৰাজেন্দ্ৰনৰ পথ দুৰ্ঘটনাত মৃত্যু হ’য়৷ পুৱতি নিশা বিলুপুৰম জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।
সাংসদজনৰ মৃত্যুত তামিলনাডুত পৰিছে শোঁকৰ ছাঁ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.