51
ইটানগৰঃ অৰুণাচল প্ৰদেশত দেউৰী, মৰাণ-মটক আদি জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়াক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি এতিয়াও অব্যাহত আছে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
দেওবাৰে এই পৰিস্থিতি অধিক ভয়ানক হৈ পৰা দেখা যায়। উত্তেজিত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চলাবলগীয়া হোৱাত দুজন লোক পুলিচৰ গুলীত নিহত হয় আৰু তিনিজন লোক আহত হয়।